Anko Nohoi Aatonko

first publication date:  2018
original language:  Assamese

অংক নহয় আতংক(ইংৰাজী: Anko Nohoi Aatonko) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। এইখনক অসমীয়া সমাজত ‘গণিত’ৰ প্ৰতি থকা নেতিবাচক ধাৰণাক সলনি কৰিব পৰা কিতাপ বুলিও কোনো কোনো লোকে কয়। কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই। সঞ্জীৱন প্ৰকাশনৰ পৰা, ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়। এইখন লেখকৰ দ্বিতীয়খন কিতাপ। প্ৰথমখন হৈছে প্ৰতিভাৰ উৎস। কিতাপখন লেখকে তেওঁৰ স্কুলীয়া দিনৰ প্ৰিয়বন্ধু পবিত্ৰ পেগুৰ হাতত আগবঢ়াইছে। Source: Wikipedia (as)

Editions
No editions found
Comments

There is nothing here

Lists

There is nothing here

Work -

Welcome to inventaire

The library of your friends and communities
Learn more
you are offline