Asomiya Kabita: Bindurpora Sindhuloi

Original language:  Assamese
Published in:  2018

অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ শীৰ্ষক গ্ৰন্থখন সম্পাদনা কৰিছে ৰাজীৱ বৰাই৷ এই গ্ৰন্থখন অসমীয়া কাব্য সাহিত্যৰ ইতিহাস বিষয়ক এখন গ্ৰন্থ৷ অসমীয়া কবিতাৰ প্ৰস্তুতি পৰ্বৰপৰা বিংশ শতিকাৰ শেষ দশকলৈকে যিসকল প্ৰতিনিধিত্বকাৰী কবিয়ে কাব্যসাধনা কৰি আহিছে, তেওঁলোকৰ নিৰ্বাচিত কবিতাৰ সংগ্ৰহ আৰু সংকলন এইখন গ্ৰন্থত ক্ৰম অনুসাৰে কৰা হৈছে৷ সমান্তৰালভাৱে গ্ৰন্থখনত অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাস সম্পৰ্কে এটি ‘আগকথা’ সন্নিৱিষ্ট কৰা হৈছে৷ আগকথাৰ শিৰোনামটো-‘অসমীয়া কবিতাৰ বিৱৰ্তন’৷ Source: Wikipedia (as)

Editions
No editions found
Comments

There is nothing here

Lists

There is nothing here

Work -

Welcome to inventaire

The library of your friends and communities
Learn more
You are offline