Loka Kalpodristi

First publication date:  1987
Original title:  লোক কল্পদৃষ্টি
Original language:  Assamese

লোক কল্পদৃষ্টি নীলমণি ফুকন ৰচিত এখন গ্ৰন্থ৷ ১৯৮৭ চনত অসম প্ৰকাশন পৰিষদে গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰিছে৷ গ্ৰন্থখনত অসমীয়া লোক কলাসম্পদৰ ঐতিহ্য, চৰ্চা আৰু আধুনিক চিত্ৰকলাৰ সন্দৰ্ভত আলোচনা কৰা হৈছে৷ তেখেতে এই গ্ৰন্থখনত অসমৰ বিভিন্ন প্ৰান্তত সিচৰতি হৈ থকা লোক সম্পদ সমূহৰ সংগ্ৰহ কৰি তাৰ অধ্যয়ন আৰু সংৰক্ষণ কৰিছে৷ Source: Wikipedia (as)

Editions
No editions found
Comments

There is nothing here

Lists

There is nothing here

Work -

Welcome to inventaire

The library of your friends and communities
Learn more
You are offline