Author

Atulananda Goswami

Indian writer

1935   -  

country of citizenship: India
language of expression: Assamese
occupation: writer
award received: Sahitya Akademi Award

অতুলানন্দ গোস্বামী (ইংৰাজী: Atulananda Goswami) অসমীয়া সাহিত্য জগতৰ এজন প্ৰসিদ্ধ গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। তেখেতে ৰচনা কৰা "চেনেহ জৰীৰ গাঁথি" নামৰ উপন্যাসৰ বাবে ২০০৬ বৰ্ষত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। তেখতে ৰচনা কৰা "নামঘৰীয়া" নামৰ এখন উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিক ৰূপে প্ৰচাৰ কৰিছিল। অনুবাদক হিচাপে প্ৰধানকৈ অসমীয়া ভাষাৰ পৰা ইংৰাজী, বাংলা, ওড়িয়া আৰু সেই ভাষা সমূহৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল। ইয়াৰ ওপৰিও তেখেত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল।
Read more or edit on Wikipedia

Welcome to Inventaire

the library of your friends and communities
learn more
Feedback
you are offline