Beereshwar Barua

country of citizenship:  India
languages spoken, written or signed:  Assamese
occupation:  writer
award received:  Sahitya Akademi Award

বীৰেশ্বৰ বৰুৱা (ইংৰাজী: Bireswar Baruah; ১৯৩৩ - ২০১০)অসমৰ এগৰাকী কবি আৰু সমালোচক। ৰামধেনু যুগত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী কালত গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল। তেওঁ একাধাৰে গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ, শিশু-সাহিত্যিক আৰু অনুবাদক।১৯৮৯ চনত বীৰেশ্বৰ বৰুৱাই ‘ভাৰতীয় ভাষা পৰিষদ বঁটা’ আৰু ২০০৩ চনত ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰিছিল। ২০১০ চনৰ ১৪ মাৰ্চত বৰুৱাৰ মৃত্যু হয়। Source: Wikipedia (as)

Human - wd:Q18068002

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline