Iyaruingam

First publication date:  October 1960
Form of creative work:  novel
Original language:  Assamese

ঈয়াৰুইঙ্গম (ইংৰাজী: Yaruingam) অসমীয়া সাহিত্য জগতৰ লেখত ল’বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে। ঈয়াৰুইঙ্গমে উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী ভিত্তিক উপন্যাস সমূহৰ মাজত এখন সুকীয়া আসন দখল কৰি আছে। এই উপন্যাসৰ বাবে ৰচক বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱে ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনি প্ৰথম প্ৰকাশিত হৈছিল ১৯৬০ চনত। Source: Wikipedia (as)

Editions
No editions found
Comments

There is nothing here

Lists

There is nothing here

Work -

Welcome to inventaire

The library of your friends and communities
Learn more
You are offline