Mouna Uth Mukhar Hridoy

first publication date:  2001
original language:  Assamese

মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় অসম সাহিত্য সভা অধিৱেশন, ২০০১ চনত। দশম সংস্কৰণ প্ৰকাশ পায় ছেপ্তেম্বৰ, ২০১৮ চনত। গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলোৱাৰ আগতেই উপন্যাসখন খণ্ড খণ্ডকৈ ১৯৯১ চনত প্ৰান্তিকত প্ৰকাশ পাইছিল। Source: Wikipedia (as)

Editions
No editions found

Work - wd:Q97383016

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline