Work

Mouna Uth Mukhar Hridoy

wd:Q25681853

মৌন ওঁঠ মুখৰ হৃদয় হৈছে য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত অৰুণাচলৰ পাহাৰীয়া জনজীৱনক প্ৰতিফলিত কৰা এখন অসমীয়া উপন্যাস। এই উপন্যাসৰ বাবেই তেখেতে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। লগতে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰো লাভ কৰে। উপন্যাসখনৰ প্ৰথম সংস্কৰণ পকাশ পায় অসম সাহিত্য সভা অধিবেশন, ২০০১ চনত। দশম সংস্কৰণ প্ৰকাশ পায় ছেপ্তেম্বৰ, ২০১৮ চনত। গ্ৰন্থাকাৰে প্ৰকাশ হৈ ওলোৱাৰ আগতেই উপন্যাসখন খণ্ড খণ্ডকৈ ১৯৯১ চনত প্ৰান্তিকত প্ৰকাশ পাইছিল।
Read more or edit on Wikipedia

language: Assamese
date of publication: 2001

Public

nothing here

Editions

  • no edition found
add
add an edition without an ISBN

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline