Chakraddhaj Singha
চক্ৰধ্বজ সিংহ (ইংৰাজী: Chakraddhaj Singha) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। এই নাটকৰ কথাবস্তু বেজবৰুৱাই প্ৰধানকৈ হেমচন্দ্ৰ গোস্বামীৰ শৰাইঘাটৰ যুদ্ধ নামৰ প্ৰবন্ধৰ পৰা চয়ন কৰিছে। অসমৰ অতীত গৌৰৱ অসমীয়াৰ আগত দাঙি ধৰিবলৈহে বেজবৰুৱাই এই নাটকখন ৰচনা কৰিছিল। ঐতিহাসিক নাটকৰূপে এই নাটকখনৰ অসমীয়া নাট সাহিত্যৰ বুৰঞ্জীত এক সুকীয়া স্থান আছে। Source: Wikipedia (as)
Editions
No editions found
Work - wd:Q25682396