Joymoti Kunwari

genre:  play
original title:  জয়মতী কুঁৱৰী
original language:  Assamese

জয়মতী কুঁৱৰী (ইংৰাজী: Joymoti Kunwari) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। এই নাটকত বেজবৰুৱাই অসম বুৰঞ্জীৰ যুগৰ চিত্ৰ আকোঁতেও শ্বেইক্সপীয়েৰৰ চৰিত্ৰ আৰু চিত্ৰৰ ছাঁ পৰিছে। ইয়াৰ জৰিয়তে বেজবৰুৱাই অসমীয়া নাট্য সাহিত্যৰ সমৃদ্ধি সাধনত অশেষ অৰিহণা যোগাইছিল। Source: Wikipedia (as)

Editions
No editions found

Work - wd:Q25682398

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline