Chandana Goswami

country of citizenship:  India
languages spoken, written or signed:  Assamese
occupation:  writer
award received:  Sahitya Akademi Award

চন্দনা গোস্বামী (ইংৰাজী: Chandana Goswami, জন্ম: ১৮ নৱেম্বৰ, ১৯৬৯ চন) অসমীয়া ভাষাৰ এগৰাকী ঔপন্যাসিক। উদীয়মান ঔপন্যাসিক হিচাপে চন্দনা গোস্বামী অসমৰ সাহিত্য জগত‍ত বিশেষভাৱে পৰিচিত।[উদ্ধৃতিৰ প্ৰয়োজন] তেওঁৰ প্ৰথম সাহিত্য সৃষ্টি ‘পাটকাইৰ ইপাৰে মোৰ দেশ’ নামৰ বুৰঞ্জীমূলক উপন্যাসখনৰ বাবে ২০১‍২ চনত ভাৰত চৰকাৰ‍ প্ৰদত্ত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়। জীৱনৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ‍তে সাহিত্য অকাডেমি বঁটা লাভ কৰা চন্দনা গোস্বামী অসমৰ প্ৰথমগৰাকী সাহিত্যিক। Source: Wikipedia (as)

Human - wd:Q31319793

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline