Heerendra Nath Dutt

country of citizenship:  India
languages spoken, written or signed:  Assamese
occupation:  writer
award received:  Sahitya Akademi Award

হীৰেন্দ্ৰ নাথ দত্ত (ইংৰাজী: Hirendra Nath Dutta) অসমৰ এগৰাকী কবি আৰু সমালোচক। অসমীয়া সাহিত্য জগতলৈ তেওঁৰ বৰঙনিৰ ভিতৰত কাব্যগ্ৰন্থ 'মানুহ অনুকূলে', 'সমধিৰিৰ সোঁৱৰণী আৰু অন্যান্য কবিতা', 'পল অনুপলৰ সাঁচ', প্ৰবন্ধ সংকলন 'নিৰ্বাচিত সমালোচনা' আদি উল্লেখযোগ্য। ২০০৪ চনত তেওঁ 'মানুহ অনুকূলে' কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ত্তেওঁ ১৯৮৯ চনত অসম সাহিত্য সভাৰ ডুমডুমা অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি আছিল। ২০১৪ চনত কবিগৰাকীক উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসে অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰে। ২০১৬ চনৰ ২০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত হীৰেন্দ্ৰ নাথ দত্তই শেষ নিশ্বাস ত্যাগ কৰে। Source: Wikipedia (as)

Human - wd:Q31319867

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline