হেমকোষ

first publication date:  1900
original language:  ásámština
main subject:  slovník

হেমকোষ (ইংৰাজী: Hemkosh) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাৰ দশমতম অভিধান। ইয়াক ১৯০০ চনত পি. আৰ. গাৰ্ডেন আৰু হেমচন্দ্ৰ বৰুৱাৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল। টেঙ-ঙাই ম'হুংৰ দ্বাৰা ৰচিত প্ৰথম টাই আহোম-অসমীয়া অভিধান হ'-মু'ঙ নামৰ বৰ কাকতখনৰ প্ৰায় এক শতিকাৰ পাছত দশমতম অভিধানখন ৰচনা কৰা হৈছিল। প্ৰথম অৱস্থাত এই অভিধানত এহেজাৰ পৃষ্ঠা আৰু ২২,৩৪৬টা শব্দ আছিল। বৰ্তমান ইয়াত এক লাখতকৈও অধিক শব্দ সংযোগ কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পাছত নাতি দেৱানন্দ বৰুৱাই হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি হেমকোষৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ হয় আৰু এই অভিধানত বৰুৱাই ৮০ হাজাৰৰো অধিক শব্দৰ সংযোগ কৰে। Source: Wikipedia (as)

Editions
No editions found
Comments

There is nothing here

Lists

There is nothing here

Work -

Welcome to inventaire

The library of your friends and communities
Learn more
jsi offline