Mrityunjay
মৃত্যুঞ্জয় (ইংৰাজী: Mrityunjay) অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ জুলাই, ১৯৭০ চনত হৈছিল। তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: জুন, ১৯৮০ চন; তৃতীয় প্ৰকাশ: জুলাই, ১৯৮০ চন; চতুৰ্থ প্ৰকাশ: ছেপ্টেম্বৰ, ১৯৮৫ চন; পঞ্চম প্ৰকাশ: জুলাই, ১৯৯২ চন; ষষ্ঠ প্ৰকাশ: জুলাই, ১৯৯৮; সপ্তম প্ৰকাশ: জুলাই, ২০০৫ চনত কৰা হয়। Source: Wikipedia (as)
Editions
No editions found
Comments
There is nothing here
Lists
There is nothing here
Work -