সঞ্জীৱ পল ডেকা
country of citizenship: Ινδία
languages spoken, written or signed: Ασσαμέζικη γλώσσα
educated at: Gauhati University
occupation: συγγραφέας
ড° সঞ্জীৱ পল ডেকা (ইংৰাজী: Sanjib Pol Deka) একাধাৰে গল্পকাৰ, আলোচনী সম্পাদক। বৰ্তমান তেওঁ ‘আলাপ’ আলোচনীৰ অবৈতনিক সম্পাদক। কৰ্মসূত্ৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। তেখেতে ২০১৯ বৰ্ষৰ জুন মাহত এইপিনে কি আছে শীৰ্ষক গল্পগ্ৰন্থৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে। একেখন গল্পপুথিৰ বাবে তেওঁ ২০১১ চনত তেওঁ মুনীন বৰকটকী বঁটা আৰু ২০১৫-১৬ চনৰ ভাৰতীয় ভাষা পৰিষদৰ যুৱ বঁটা লাভ কৰে। Source: Wikipedia (as)
Lists
There is nothing here
Human -
Comments
There is nothing here