Sunit Kunwari

genre:  mythologymusical
original language:  Assamese

শোণিত কুঁৱৰী এখন মূলতঃ এখনি পৌৰাণিক আখ্যানমূলক ৰোমাণ্টিক নাট। এইখন জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত প্ৰথম পূৰ্ণাংগ নাট। ১৯১৭ চনত চৈধ্য বছৰ বয়সত লিখি উলিওৱা এই নাটকখনত মুঠ পাঁচটা অংক আছে। তেজপুৰৰ বাণ থিয়েটাৰত সৰ্বপ্ৰথম মঞ্চস্থ হোৱা এই নাটখনিত প্ৰথম বাৰৰ বাবে অসমীয়া লোকগীতৰ সুৰেৰে গীত-মাত আৰু লোকনৃত্যৰ আধাৰত নৃত্য পৰিৱেশন কৰা হৈছিল। এই নাটকখন শোণিতপুৰৰ বাণৰজাৰ জীয়ৰী ঊষা আৰু দ্বাৰকাৰ অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ ওপৰত ৰচিত। Source: Wikipedia (as)

Editions
No editions found

Work - wd:Q97267269

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline