Gandhik Kiyo Hatya Karilo?

first publication date:  2013-11
original title:  May It please your Honour
original language:  Assamese

গান্ধীক কিয় হত্যা কৰিলো? (ইংৰাজী: Gandhik Kiyo Hatya Karilo?) ইংৰাজী ভাষাত ৰচিত গোপাল গোড্‌ছেৰ গ্ৰন্থ 'May It please your Honour' -ৰ অসমীয়া ভাৱানুবাদ কৰিছে ত্ৰিদিব শৰ্মায়। ২০১৩ চনৰ নবেম্বৰত প্ৰকাশিত এই গ্ৰন্থখনক অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰে।গ্ৰন্থখনত মহাত্মা গান্ধীৰ হত্যা সম্পৰ্কত যি বিৱৰণ দিয়া হৈছে, সেয়া গান্ধী হত্যা মোকৰ্দমাৰ অংশবিশেষক। সেই সময়ত চিমলাত থকা পঞ্জাব উচ্চ ন্যায়ালয়ৰ ১৯৪৯ চনৰ ক্ৰিমিনেল এপ্ৰিল দ্বিতীয় খণ্ডৰ ৬৬ আৰু ৭২ ৰূপে ছপা কৰা হয়।গ্ৰন্থখন 'শুনুন ধৰ্মবতাৰ' নামেৰে বঙালী ভাষালৈ নিৰোদবাৰণ হাজ্ৰাই অনুবাদ কৰিছে। Source: Wikipedia (as)

Editions
No editions found

Work - wd:Q98099709

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline