Aradhana patangia goswami

country of citizenship:  India
languages spoken, written or signed:  Assamese
occupation:  university teacherwriter

ড° আৰাধনা পটংগীয়া গোস্বামী (ইংৰাজী: Aradhana patangia goswami) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰাৱন্ধিক। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। ২০১১ চনত তেওঁ তেওঁৰ উপন্যাস ‘নেপথ্যৰ সংগীত’ৰ বাবে অসম সাহিত্য সভাৰ নিৰ্মল চন্দ্ৰ বৰা স্মাৰক শ্ৰেষ্ঠ উপন্যাস বঁটা লাভ কৰিছিল। গোস্বামীয়ে ১৯৮৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘ডি এইচ লৰেন্স এণ্ড দ্য আইডিয়া অব্ ঈভ্ল’ গৱেষণা-গ্ৰন্থৰ বাবে পি এইচ ডি উপাধি লাভ কৰিছিল। Source: Wikipedia (as)

Series

There is nothing here

Create a new serie

Articles

There is nothing here

Human - wd:Q110112186

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline