বাঘে টাপুৰ ৰাতি

first publication date:  1996
original language:  assamesisk

বাঘে টাপুৰ ৰাতি হৈছে গল্পকাৰ অপূৰ্ব শৰ্মাৰ এক গল্প সংকলন। ১৯৯৬ চনৰ জুলাই মাহত ষ্টুডেণ্টচ্ ষ্ট'ৰচৰ দ্বাৰা প্ৰকাশিত এই গল্প সংকলনখনত সাতটা গল্প সন্নিৱিষ্ট কৰা হৈছে। বাঘে টাপুৰ ৰাতি হ'ল অপূৰ্ব শৰ্মাৰ তৃতীয়খন গল্প সংকলন। ২০০০ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা এই সংকলনটিৰ ২০২১ চনত বান্ধৱ প্ৰকাশনে নতুন সংস্কৰণ প্ৰকাশ কৰে। Source: Wikipedia (as)

Editions
No editions found

Work - wd:Q113625523

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline