Rupalim

genre:  play
original title:  ৰূপালীম
original language:  Assamese

ৰূপালীম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত তৃতীয়খন সম্পূৰ্ণ নাটক। ১৯৩৬ চনত ৰচিত এই নাটখনিত সাতটাকৈ অংক আছে। ১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত মঞ্চস্থ কৰা হয়। কিছু সংশোধনৰ পিছত এই নাটখন ডিব্ৰুগড়ৰ ড্ৰামাটিক আৰ্ট ছোছাইটীয়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয় কৰে। এই ৰোমাণ্টিক বিয়োগান্তক নাটখন জ্যোতিপ্ৰসাদৰ অন্যতম শ্ৰেষ্ঠ শিল্প বুলি অভিহিত কৰা হয়। Source: Wikipedia (as)

Editions
No editions found

Work - wd:Q93041719

Welcome to Inventaire

the library of your friends and communities
learn more
you are offline