বেলিমাৰ

judul asal:  বেলিমাৰ
original language:  Assam

বেলিমাৰ (ইংৰাজী: Belimar) নাটকখন হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন ঐতিহাসিক নাটক। এই নাটকখনত অসমৰ জাতীয় জীৱনৰ ট্ৰেজেডিৰ ইতিহাস ওপৰত ৰচিত। ইয়াত ব্যক্তি বিশেষৰ ট্ৰেজেডি প্ৰতিফলিত হোৱা নাই। বেজবৰুৱাদেৱে এই নাটকৰ জৰিয়তে ভাস্কৰ বৰ্মা, চক্ৰধ্বজ সিংহ আৰু ৰুদ্ৰ সিংহৰ অসম কেনেকৈ শ্মশান হ’ল তাক দেখুৱাব বিছাৰিছিল। Source: Wikipedia (as)

Edisi
No editions found

Karya - wd:Q25682395

Selamat datang di Inventaire

perpustakaan teman-teman dan komunitas anda
pelajari lebih lanjut
anda sedang luring